66
ডিজিটেল ডেস্কঃ কোনো এলা-পেচা দেশ নহয়, আমেৰিকাৰ দৰে চুপাৰ পাৱাৰ দেশৰ ৰাষ্ট্ৰপতিৰ কন্যা ইভানকা ট্ৰাম্প। ভাৰত ভ্ৰমণলৈ অহা ইভনকাৰ পিছে পিছে দৌৰিছে শ-শ নিৰাপত্তাৰক্ষীৰ লোক। তেওঁৰ নিৰাপত্তাৰ বাবে গঢ়ি তোলা হৈছে বিশেষ ব্যৱস্থা।
দেশখনৰ প্ৰথম নাগৰিক ট্ৰাম্পৰ দুহিতা বৰ্তমানে উপস্থিত আছে ভাৰতবৰ্ষত। হায়দৰাবাদত অনুষ্ঠিত হোৱা বিশ্ব উদ্যমিতা সন্মিলন২০১৭ত অংশগ্ৰহণৰ বাবে আমেৰিকাৰ প্ৰতিনিধি হৈ আহিছে এইগৰাকী সুন্দৰী ট্ৰাম্প কন্যাই।