Home ৰাজ্যবঢ়মপুৰত বন্যহস্তীৰ উপদ্ৰৱ

বঢ়মপুৰত বন্যহস্তীৰ উপদ্ৰৱ

by News Desk
65 views
A+A-
Reset

বঢ়মপুৰঃ বানৰ পাছকতেই এইবাৰ বঢ়মপুৰ বাসীৰ মাজত পুনৰ বন্যহস্তীৰ সন্ত্ৰাস৷ দীৰ্ঘদিন ধৰি বন্যহস্তীয়ে আতংকময় পৰিৱেশৰ সৃষ্টি কৰাৰ পাছত কালি নিশা পুনৰ ধমপুৰৰ পুৰণিগুদামত বন্যহস্তীয়ে তীব্ৰ সন্ত্ৰাসৰ সৃষ্টি কৰে৷ বৃহত্তৰ অঞ্চলটোৰ বৰুৱা চুক, শইকীয়া চুক, ম’হপৰা আদি অঞ্চলত তিনি-চাৰিজনীয়া এটা বনৰীয়া হাতীৰ জাকে ওৰে নিশা উপদ্ৰৱ চলায়৷

অঞ্চলটোৰ তিনিটাকৈ বাসগৃহ, উৎপাদিত খেতি লণ্ড-ভণ্ড কৰাৰ উপৰিও হাতীৰ জাকটোৱে এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰো বিস্তৰ ক্ষতিসাধন কৰে৷ দীৰ্ঘদিন ধৰি হাতীৰ জাকটোৱে অঞ্চলটোত তাণ্ডব চলাই থকাৰ পাছতো কিন্তু গা লৰা নাই ৰাজ্য চৰকাৰৰ বন বিভাগৰ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0