আমাক ধৰ্মৰ মাজলৈ টানি নি দলৰ সংস্কৃতি-পৰম্পৰাক খৰ্ব নকৰিবঃনাগালেণ্ডৰ মুখ্যমন্ত্ৰী

Home দেশআমাক ধৰ্মৰ মাজলৈ টানি নি দলৰ সংস্কৃতি-পৰম্পৰাক খৰ্ব নকৰিবঃনাগালেণ্ডৰ মুখ্যমন্ত্ৰী

আমাক ধৰ্মৰ মাজলৈ টানি নি দলৰ সংস্কৃতি-পৰম্পৰাক খৰ্ব নকৰিবঃনাগালেণ্ডৰ মুখ্যমন্ত্ৰী

by News Desk
55 views
A+A-
Reset

নাগালেণ্ডঃ নাগালেণ্ডৰ মুখ্যমন্ত্ৰী টি আৰ জেলিয়াঙে ধৰ্মক লৈ কৰা মন্তব্য এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে৷ আমাৰ ওপৰত ধৰ্ম জাপি নিদিলেহে মিত্ৰতা কিম বুলি কৈছিল নাগালেণ্ডৰ মুখ্যমন্ত্ৰী টি আৰ জেলিয়াঙে৷ বুধবাৰে মুখ্যমন্ত্ৰী টি আৰ জেলিয়াঙে নাগালেণ্ডত তেওঁৰ দল নগা পিপুলচ ফ্ৰণ্ট (এনপিএফ)ৰ শাসনেই বৰ্তি থাকিব বুলি কয়৷ এনপিএফ আৰু বিজেপিৰ মিত্ৰতাৰ প্ৰসংগতো মন্তব্য প্ৰকাশ কৰি বিজেপিৰ বাবে দুৱাৰ মুকলি হৈ আছে বুলি কয়৷

উল্লেখ্য যে, নাগালেণ্ডৰ এনপিএফ দলৰ সৈতে বিজেপিয়ে যোৱা এটা দশকৰ পৰাই সহযোগী দল হিচাপে আছে৷ কিন্তু গত বছৰত বিজেপি দলে এনপিএফ-ৰ লগত মিত্ৰতা ভংগ কৰি ৰাষ্ট্ৰবাদী ডেমক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টী এনডিপিপিৰ সৈতে সহযোগিতা কৰাৰ কথা ঘোষণা কৰে৷ জানিব পৰা মতে, নিউজ১৮ৰ লগত হোৱা সাক্ষাৎকাৰত বিজেপি দলৰ মহাসচিব ৰাম মাধৱে এই কথা ব্যক্ত কৰিছে৷ মাধৱে কয়, বিজেপি দলে আসনৰ প্ৰসংগত মতভেদ হোৱাৰ বাবেই এনপিএফৰ সৈতে মিত্ৰতা কৰাৰ পৰা বিৰত থাকে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0