Home ৰাজ্যচাৰিশ বছৰ পুৰণি ৰাজাঘৰীয়াইয়ো পালন কৰিলে মহাঅষ্টমী

চাৰিশ বছৰ পুৰণি ৰাজাঘৰীয়াইয়ো পালন কৰিলে মহাঅষ্টমী

by News Desk
55 views
A+A-
Reset

দলংঘাটঃ দৰং জিলাৰ গাখীৰ খোৱা ৰাজ হাউলিত ৰজাঘৰীয়া পৰিয়ালে চাৰিশ বছৰীয়া পৰম্পৰা ধ্বজা উৰুৱাই মহবলি প্ৰথাৰে পালন কৰিলে মহা অষ্টমী৷ প্ৰায় চাৰিশ বছৰ পূর্বে আৰম্ভ কৰা পূজা ভাগত পূৰ্ব্বৰ দৰেই বলি বিধানৰ মাজেৰে মা দুৰ্গাৰ প্ৰতি সশ্ৰদ্ধ প্ৰনিপাত জনাই আহিছে ৰজাঘৰীয়া পৰিয়ালটোৱে৷

পৰম্পৰা অনুসৰি আজি কেইবাশ পঠা-পাৰৰ লগতে এটি মহ বলি প্ৰদান কৰি দেৱী দুৰ্গাক পূজা অৰ্চনা কৰে।লগতে উত্তৰ-পশ্চিম দৰঙৰ বালিপােতা, দেওমৰনৈ, হাপামাৰা, দলংঘাট,  বুঢ়ীনগৰ, বোক্ৰাঝাৰ, টেঙাবাৰী, উদমাৰী, গৰুবন্ধা আদি প্ৰায় কেইখন পূজা থলীতে মহাঅষ্টমীৰ পূজা অৰ্চনাৰে দেৱীক সেৱা আগবঢ়োৱা হয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0