Home ৰাজ্যলাহোৱালত মটক যুৱ-ছাত্ৰ সন্মিলনৰ ৰে’ল অৱৰোধ

লাহোৱালত মটক যুৱ-ছাত্ৰ সন্মিলনৰ ৰে’ল অৱৰোধ

by News Desk
53 views
A+A-
Reset

ডিব্ৰুগড়ঃ মটক যুৱ-ছাত্ৰ সন্মিলনে আজি মটক জনগোষ্ঠীকে ধৰি ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ দাবীত ডিব্ৰুগড়ৰ লাহোৱালত ৰে’ল পথ অৱৰোধ কৰি উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে।

সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ কেইবা সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰে ৰে’ল পথ অৱৰোধ কাৰ্যসুচীত। প্ৰতিবাদকাৰীসকলে মটক জনগোষ্ঠীক জনজাতিকৰণ লাগিবই, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, নৰেন্দ্ৰ মোদী হায় হায় আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0