Home দেশট্ৰেইনৰ খাদ্য খাই অসুস্থ ২৪জন

ট্ৰেইনৰ খাদ্য খাই অসুস্থ ২৪জন

by News Desk
46 views
A+A-
Reset

ডিজিটেল ডেস্কঃ ৰেলমন্ত্রী সলনি হলেও আহুকাল আতৰা নাই৷ কেবাটাও দুৰ্ঘটনাৰ পিছতে এইবাৰ অপৰিস্কাৰ খাদ্য খাই ২৪জনকৈ লোক অসুস্থ হৈ পৰাৰ দৰে ঘটনা সংঘটিত হৈছে৷ মুম্বাই-কাৰ্মালি চিএছটি তেজশ এক্সপ্ৰেছৰ খাদ্য খাই অসুস্থ হৈ পৰে ২৪জনকৈ অসুস্থ হৈ পৰাত চাঞ্চল্যৰ সৃষ্টি হৈছে৷

ইয়াৰে ভিতৰত তিনিজনক সংকটজনক অৱস্থাত ICUত ভৰ্তি কৰা হৈছে বুলি জানিব পৰা গৈছে৷ জানিব পৰা মতে, ৰেলগাড়ী খনৰ ২৯০জন যাত্ৰীক এই খাদ্য দিয়া হৈছিল৷ একাংশ যাত্ৰী খাদ্য খোৱাৰ পিছতে বমি কৰাৰ লগতে থাকিব নোৱাৰা হয়৷ তাৰ পিছতে চিপলান ৰেল ষ্টেছনত ৰেল খন ৰখাই অসুস্থ যাত্ৰীসকলক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0