Home ৰাজ্যলালুকত মাই ৰজগাৰৰ প্ৰশিক্ষণ কেন্দ্ৰ মুকলি

লালুকত মাই ৰজগাৰৰ প্ৰশিক্ষণ কেন্দ্ৰ মুকলি

by News Desk
78 views
A+A-
Reset

লালুকঃ লখিমপুৰৰ লালুকত মহিলা সবলীকৰণৰ উদ্দেশ্যে দেওবাৰে মাই ৰজগাৰৰ কেন্দ্ৰ মুকলি কৰা হয়৷ হাৰ্বল ইণ্ডিয়া প্ৰাঃ লিঃ দ্বাৰা বিশেষ পদক্ষেপ গ্ৰহণ কৰি লালুকত এটি চিলাই প্ৰশিক্ষণ কেন্দ্ৰ মহিলাৰ বাবে মুকলি কৰে৷

মাই ৰজগাৰৰ জ্যেষ্ঠ কাৰ্যকৰী সদস্য দীপক গোহাঁয়ে আতঁধৰা অনুষ্ঠানত মাই ৰজগাৰ হাৰ্বেল ইণ্ডিয়া প্ৰাঃ লিঃ উত্তৰ পূৰ্বাঞ্চলৰ সমন্বয়ক জিয়াউৰ ৰহমানে উপস্থিত থাকি মাই ৰজগাৰ হাৰ্বল ইণ্ডিয়াৰ লক্ষ্য উদ্দেশ্য সন্দৰ্ভত ৰাইজক অৱগত কৰি প্ৰশিক্ষাৰ্থীসকলে প্ৰশিক্ষণ গ্ৰহণ কৰি উৎপাদনৰ দ্বাৰা স্বাৱলম্বী হ’ব পাৰিব বুলিও উল্লেখ কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0