Home ৰাজ্যৰাজ পথত দাউ-দাউকৈ জ্বলিল তীব্ৰ বেগী ট্ৰেভেলাৰ, প্ৰাণ ৰক্ষা ৪০ জনৰ

ৰাজ পথত দাউ-দাউকৈ জ্বলিল তীব্ৰ বেগী ট্ৰেভেলাৰ, প্ৰাণ ৰক্ষা ৪০ জনৰ

by News Desk
50 views
A+A-
Reset

নলবাৰীঃ যাত্ৰী লৈ তীব্ৰ বেগে আহি থকা এখন ট্ৰেভেলাৰ গাড়ী ৰাজ পথতে দাউ দাউকৈ জ্বলি উঠে সোমবাৰে পুৱাই৷ সোমবাৰে হাজো-দৌলাশাল গড়কাপ্তানী পথত নলবাৰী জিলাৰ মুকালমুৱাৰ বৰতলাত কাহিলী পুৱাই সংঘটিত হয় এই ঘটনা৷ ৰাজপথত জ্বলি উঠা তীব্ৰ বেগী ট্ৰেভেলাৰ খনৰ পুৰুষ, মহিলা, যুৱতী, শিশু সহ প্ৰায় ৪০গাৰীক যাত্ৰীৰ কথমপি প্ৰাণ ৰক্ষা কৰে৷

জানিব পৰা মতে, গুৱাহাটীৰ পৰা পুৱাই যাত্ৰী লৈ এছ-০১-জি চি-১১৭৪ নম্বৰৰ ট্ৰেভেলাৰ খনে হাজো-দৌলাশাল গড়কাপ্তানী পথেৰে বৰপেটা অভিমুখে গৈ আছিল৷ নলবাৰীৰ মুকালমুৱা পাৰ হোৱাৰ পিছত এগৰাকী মহিলা যাত্ৰীয়ে গাড়ী খনৰ পিছৰ অংশত ধোৱা ওলোৱা প্ৰত্যক্ষ কৰি প্ৰথম অৱস্থাত কুঁৱলী বুলি ভাবিছিল৷ কিছথু সময় পিছতে ধোৱা ওলোৱাৰ পৰিমাণ বৃদ্ধি হোৱাৰ মহিলাগৰাকীয়ে গাড়ী খন ৰখাবলৈ কয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0