Home ৰাজ্যশোণিতপুৰত অৰ্ধসামৰিক বাহিনীৰ বৃক্ষৰোপণ

শোণিতপুৰত অৰ্ধসামৰিক বাহিনীৰ বৃক্ষৰোপণ

by News Desk
49 views
A+A-
Reset

বালিপৰাঃ শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ স্থিত ৩০ নং চি.আৰ.পি.এফ বেটেলিয়ানৰ উদ্যোগত আজি বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি এক বৃক্ষৰোপন কাৰ্য্যসূচী ৰূপায়ন কৰা হয়। এই উপলক্ষে পুৱা ‍১০ বজাৰ পৰা তেজপুৰ স্থিত হলেশ্বৰ মন্দিৰৰ চৌহদত গছপুলি ৰোপন কৰাৰ অন্তত চাৰিদুৱাৰ কটন মিলস্থিত নিজ বেটেলিয়ানৰ চৌহদতো প্ৰায় ২০০ জোপা গছপুলি ৰোপন কৰা হয়।

উক্ত অনুষ্ঠানত ৩০ বেটেলিয়নৰ অতিৰিক্ত অধিনায়ক অজয় বৰ্মা, ডেপুটি কামাণ্ডেণ্ট মিনা দাস বৰা, জে শ্বেখাৱত প্ৰমুখ্যে চিআৰপিএফৰ জোৱানসকল উপস্থিত থাকে। ঠিক একেদৰে চাৰিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদতো বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা বৃক্ষৰোপন কৰা হয়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0