73
আগৰতলাঃ newsnextone.comৰ সাংবাদিক চুমন দেৱনাথে জনোৱা মতে ইয়াৰ পূৰ্বে কেতিয়াও এনেদৰে মানুহ ভোট দিবলৈ লাইনত থিয় হোৱা দেখা ৰেকৰ্ড নাই৷ প্ৰায় ৪.৩০ বজাত ভোটদান পক্ৰিয়া সমাপ্ত হৈ যায়? কিন্তু সকলো ৰেকৰ্ড ভংগ কৰি এন্ধাৰ হোৱাৰ পিছতো মানুহে ঘৰ মুৱা নহৈ লাইনত ভোট দিবলৈ ৰৈ থাকে৷
