62
মৰিয়নীঃ মেলেং চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি। সুশীল বক্সি নামৰ ৰোগী এজন মৃত্যুক লৈ উত্তেজনা বিৰাজ কৰিছে সমগ্ৰ বাগিচাখনত। বিনা চিকিৎসাই মৃত্যু হয় ৰোগীজন ডাক্টৰৰ অভাৱত।
বাগিছাখনৰ প্ৰায় ৮০০০ হাজাৰ শ্ৰমিকে বাস কৰা বাগিছাখনত মাত্ৰ এজন ডাক্টৰ আৰু এখন এম্বুলেঞ্চ আছে মেলেং চাহ বাগিছাত।