Home ৰাজ্যহাঁহিৰাম মন্ত্ৰীৰ হাঁহিৰ বিভাগ, আকৌ অঘটন

হাঁহিৰাম মন্ত্ৰীৰ হাঁহিৰ বিভাগ, আকৌ অঘটন

by News Desk
74 views
A+A-
Reset

আমগুৰিঃ অসম শক্তি বিতৰণ কোম্পানীৰ চৰম অৱহেলাৰ বাবেই ৰাজ্যজুৰি নিতৌ ধন-জনৰ হানি হৈ থকাৰ মাজতে আজি পুনৰ আমগুৰিত সদাব্যস্ত ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত কেমেৰাৰ সন্মুখতে গছ ভাগি খহি পৰিল উচ্চ ক্ষমতাসম্পন্ন বিদুৎ পৰিবাহী তাঁৰ৷

কথমপি নিৰ্ঘাত মৃত্যুৰ পৰা বাছিল দুজনকৈ বাইক আৰোহী৷ আমগুৰি নগৰৰ উপকণ্ঠ অঞ্চল কমলাপতিত সংঘটিত হৈছে এই দুৰ্ঘটনা৷ উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰৰ ওপৰত এডাল পচা গছ হঠাৎ ভাগি এখন চলন্ত মটৰ চাইকেলৰ ওপৰত পৰি যায়৷ ফলত বাইক আৰোহী দুজন কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0