48
শুক্লাইঃ আজি প্ৰচণ্ড ৰ’দৰ মাজতে হঠাৎ ফেনে ফোটোকাৰে বাঢ়ি অহা ডিমাকুছি শুক্লাই নৈত আবদ্ধ হ’ল বহু যাত্ৰী আৰু যান বাহন। আৱতৰীয়া বানত বহু সময়লৈকে স্তব্ধ হ’ল ওদালগুৰি-তামূলপুৰ পথৰ যাতায়ত ব্যৱস্থা।
দেওবাৰে নৈখনৰ মাজৰে পানী ভাঙি পাৰ হ’ব বিছৰা এখন টাটা ছুম গাড়ী নৈৰ মাজত আবদ্ধ হৈ পৰে। পানীৰ মাজত বিপদ সংকুলভাৱে আবদ্ধ হৈ পৰা টাটা ছুম’ গাড়ী খন উঠাবলৈ অৱশেষত জেচিবিৰ সহায় লৱলগীয়া হয়৷