87
নগৰবেৰাঃ ৰাজ্য চৰকাৰে গুৱাহাটী মহানগৰীত দুদিনীয়াকৈ বিশ্ব বাণিজ্য সন্মিলন অনুষ্ঠিত কৰি বিনিয়োগকাৰীক অসমলৈ মাটি আনি অসমত বিনিয়োগ কৰাৰ বাবে আহ্বান জনায়৷ বিদেশৰ বিনিয়োগকাৰী নাহিলেও দেশীয় বিনিয়োগকাৰীয়ে বিনিয়োগ কৰাৰ কথা ঘোষণা কৰে৷ ৰাজ্য চৰকাৰে দেশ-বিদেশৰ বিনিয়োগকাৰীক গুৰুত্ব প্ৰদান কৰি বিশ্ব বিনিয়োগ সন্মিলন অনুষ্ঠিত কৰিলে যদিও ৰাজ্যৰ খনৰ থলুৱা উদ্যোগপতিসকলক গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হয়৷
