83
তামুলপুৰঃ মেৰামতিৰ অভাৱত জহি-খহি যোৱা এখন কাঠৰ দলং শ্ৰমদানেৰে ৰাইজে গাঁঠিৰ ধন ভাঙি মেৰামতি কিব লগা হয় বাক্সা জিলাৰ তামুলপুৰত৷
ৰাজ্য চৰকাৰ তথা বিটিচি প্ৰশাসনক কাঠৰ দলং মেৰামতি কৰাৰ দাবী উত্থাপন কৰি বাগৰি পৰি ৰাইজে অৱশেষত গাঁঠিৰ ধন ভাঙি নিজে মেৰামতি কৰে৷