অসম আৰক্ষীৰ বৰ্বৰতাত আহত হ’ল একাধিক প্ৰতিবাদী ছাত্ৰ-ছাত্ৰী

Home ৰাজ্যঅসম আৰক্ষীৰ বৰ্বৰতাত আহত হ’ল একাধিক প্ৰতিবাদী ছাত্ৰ-ছাত্ৰী

অসম আৰক্ষীৰ বৰ্বৰতাত আহত হ’ল একাধিক প্ৰতিবাদী ছাত্ৰ-ছাত্ৰী

by News Desk
49 views
A+A-
Reset

মাৰ্ঘেৰিটাঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত মাৰ্ঘেৰিটা মহাবিদ্যালয়ত শনিবাৰে হৈ যোৱা ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণাত পক্ষপাতিত্বৰ অভিযোগৰ সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীয়ে সাব্যস্ত কৰা প্ৰতিবাদৰ ফলত  শনিবাৰৰ নিশাৰ পৰা বিৰাজ কৰিছে উত্তপ্ত পৰিস্থিতিয়ে৷

আজি বিয়লিৰ পৰা পৰিস্থিতিয়ে হিংসাত্মক ৰূপ ধাৰণ কৰিছে৷ শনিবাৰে ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফলত ব্যাপক অনিয়ম হোৱা বুলি অভিযোগেৰে প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীয়ে বেলট বাকচ জ্বলাই দিয়া আদি বিষয়ৰ লগতে নিৰ্বাচন পুনৰ অনুষ্ঠিত কৰণৰ সন্দৰ্ভতো পৰিস্থিতি ভয়াবহ হৈ পৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0