Home ৰাজ্যখটখটিত বিলাতী সুৰা ভৰ্তি ট্ৰাক জব্দ

খটখটিত বিলাতী সুৰা ভৰ্তি ট্ৰাক জব্দ

by News Desk
55 views
A+A-
Reset

newsnextone.com | বোকাজানঃ নুমলীগড়-ৰঙাজান হৈ ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথেৰে অৰুণাচল-ডিমাপুৰলৈ চোৰাং বিলাতী সুৰা সৰবৰাহ কৰি অহাটো নতুন কথা নহয়। পাহাৰীয়া জিলা কাৰ্বি আংলংৰ খটখটি অঞ্চলত ইতিমধ্যে বিগত সময়ত আৰক্ষী, আবকাৰী তথা বিআইইঅৰ অভিযানত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হৈছে।

আনহাতে, কেইদিনমান পূৰ্বেও গুৱাহাটীৰ পৰা অহা আবকাৰী বিভাগৰ এটা দলে খটখটিত বাহৰ পাতি অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাইছিল যদিও অবৈধ সুৰা অথবা সুৰাৰ চোৰাং ব্যৱসায়িক আটক কৰিবলৈ সক্ষম নহল যদিও মঙলবাৰে বোকাজানৰ মহকুমাৰ খটখটিত আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত অভিযান চলাই এক ট্ৰাক অবৈধ অৰুণাচলী সুৰা জব্দ কৰে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0