Home ৰাজ্যঅসম-মেঘালয় সীমান্তত কুন্দাভৰ্তি ট্ৰাক জব্দ

অসম-মেঘালয় সীমান্তত কুন্দাভৰ্তি ট্ৰাক জব্দ

by News Desk
A+A-
Reset
wood

ডিজিটেল ডেক্স, খেৰণিঃ গছ কটা কাৰ্য অবৈধ বুলি ন্যায়ালয়ে ৰায় দিয়াৰ দশকৰ পাছতো বন্ধ হোৱা নাই বন ধ্বংসযজ্ঞ৷ ইয়াক পুনৰ প্ৰমাণ কৰিলে আৰক্ষীৰ এক সফল অভিয়ানত৷ ঘটনাটো  অসম-মেঘালয়ৰ সীমান্তত৷ পশ্চিম কাৰ্বি আংলঙৰ খেৰণি বনাঞ্চলিক কাৰ্যালয় তথা মকৈলুম উপ-আৰক্ষী চকীৰ অন্তৰ্গত উমতাঙৰপৰা আৰক্ষীয়ে জব্দ কৰে মেঘালয়ৰ পঞ্জীয়নযুক্ত এখন কুন্দাভৰ্তি ট্ৰাক (এম এল-০৫- ৯৪৬৭)। কাৰ্বি আংলঙৰপৰা অবৈধভাৱে মেঘালয়লৈ কুন্দাসমূহ সৰবৰাহ কৰি আছিল ট্ৰাকখনে। গোপন তথ্যৰ পম খেদি মকৈলুম উপ-আৰক্ষী চকীৰ আৰক্ষী গৈ উমতাঙত উপস্থিত হয়। অৱশ্যে আৰক্ষীক দেখাৰ লগে লগে ট্ৰাকখনৰ চালক-হেণ্ডিমেন আৰু কাঠৰ চোৰাং ব্যৱসায়ীজন ঘটনাস্থলীৰপৰা পলায়ন কৰে। আৰক্ষীয়ে ট্ৰাকখন জব্দ কৰি খেৰণি বন বিভাগক চমজাই দিয়ে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0