Home ৰাজ্যকাৰ্বি আংলং অসমৰেই অংগ, কাৰ্বি আংলং অসমৰ সৈতে থাকিব তাত দ্বিমত নাইঃতুলি

কাৰ্বি আংলং অসমৰেই অংগ, কাৰ্বি আংলং অসমৰ সৈতে থাকিব তাত দ্বিমত নাইঃতুলি

by News Desk
57 views
A+A-
Reset

newsnextone.com | ডিফুঃ ডকমকা কাণ্ডই ৰাজ্য উত্তাল কৰি ৰখাৰ সময়তে ডকমকা কাণ্ডক তীব্ৰ গৰিহণা দিয়ে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদে৷ মঙলবাৰে এখন সংবাদ মেল অনুষ্ঠিত কৰি কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে সকলোকে সংযম ৰক্ষা কৰি শান্তি সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান জনায়৷

সেউজীয়া কাৰ্বি পাহাৰৰ বুকুত দুই শিল্পী অভিজিৎ-নিলোৎপলৰ বেদনা দায়ক পৰিসমাপ্তিৰ পিছত প্ৰথমবাৰৰ বাবে কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে স্বায়ত্ত পৰিষদৰ সভাকক্ষত এখন সংবাদমেল অনুষ্ঠিত কৰে৷ ঘটনাক তীব্ৰ ভাষাত গৰিহণা দিয়াৰ লগতে প্ৰয়াত শিল্পীদ্বয়ৰ আত্মাৰ সদ্গতি কামনা কৰে আৰু শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0