Home ৰাজ্যতুলসীবাৰীত প্ৰতিকূল বতৰক নেওচি পূজাৰ উছাহ

তুলসীবাৰীত প্ৰতিকূল বতৰক নেওচি পূজাৰ উছাহ

by News Desk
68 views
A+A-
Reset

তুলসীবাৰীঃ দুৰ্গা উৎসৱৰ আজি চতুর্থ দিন৷ ৰাজ্যৰ ঠায়ে ঠায়ে বৰষুণ দিয়াৰ ফলত কিছু সময়ৰ বাবে পূজাৰ আনন্দ ম্লান পৰিছিছ যদিও ৰঙিয়া মহকুমাৰ তুলসীবাৰীত প্ৰতিকুল বতৰক নেওচি ৰাইজ ওলাই আহে পূজাস্থলীলৈ৷

শুকুৰবাৰে পুৱাৰে পৰা প্ৰতিকুল বতৰক নেওচি দেৱী দুৰ্গাৰ ভক্তই পূজা মণ্ডপত ভীৰ কৰা পৰিলক্ষিত হয়৷ হাতে হাতে পুস্পাঞ্জলী লৈ দেৱী দুৰ্গাৰ আশিষ কামনাৰে তুলসীবাৰী বাৰোৱাৰী দুৰ্গা পূজা মণ্ডপ তথা মাহতলী বাৰোৱাৰী দুৰ্গা পূজা মণ্ডপত জাতি, ধৰ্ম নিৰ্বিশেষে শ শ ভক্তই ভিৰ কৰা পৰিলক্ষিত হয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0