67
তুলসীবাৰীঃ উত্তৰ ৰঙিয়াৰ অন্যতম আগশাৰীৰ ধৰ্মীয় অনুষ্ঠান তুলসীবাৰী গৰখীয়া গোপাল মাৰলী থানৰ বাৰ্ষিক উৎসৱ উপলক্ষ্যে লক্ষাধিক ভক্তক আদৰিবলৈ সাজু হৈছে উদ্যোক্তা সমিতিয়ে৷
আগন্তুক ২০১৮ বৰ্ষৰ ২৬ জানুৱাৰীত মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা বাৰ্ষিক উৎসৱ পৰিচালনাৰ্থে আজি অনুষ্ঠিত সভাযোগে নতুন সমিতি খন গঠন কৰা হয়৷