56
ডিজিটেল ডেস্কঃ যোৱা কেইবাটা ঘন্টাৰ ভিতৰত দেশৰ কেইবাগৰাকী প্ৰভাৱশালী লোকৰ টুইটাৰ একাউন্ট হেক হোৱাৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
প্ৰথমে বলিউডৰ জনপ্ৰিয় অভিনেতা অনুপম খেৰৰ টুইটাৰ একাউন্ট হেক হয়৷ তাৰ পিছতেই ২৪ ঘণ্টা পাৰ নৌহওঁতেই কেইবাজনো প্ৰভাৱশালী লোকৰ টুইটৰ একাউণ্ট হেক কৰে হেকাৰে৷