Home ৰাজ্যনলবাৰীত দুই শিক্ষক, অভিনেতাৰ মৃত্যুত শোক

নলবাৰীত দুই শিক্ষক, অভিনেতাৰ মৃত্যুত শোক

by News Desk
51 views
A+A-
Reset

নলবাৰীঃ নলবাৰী জিলাৰ দক্ষিণ প্ৰান্তৰ দুগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক, সমাজকৰ্মী, অভিনেতাৰ মৃত্যুই সমগ্ৰ জিলা খনতে শোকৰ ছাঁ পেলাইছে। জিলা খনৰ দক্ষিণ প্ৰান্তৰ অৰৰা গাঁৱৰ বাসিন্দা তথা বৰবৰী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক ব্ৰজনাথ দাসৰ শনিবাৰে নিশা পৰলোকপ্ৰাপ্তি হোৱাত আজি শিক্ষক গৰাকীৰ নশ্বৰদেহ শোভাযাত্ৰা কৰি বৰবৰী হাইস্কুলক অনা হয়।

তাতে ছাত্ৰ ছাত্ৰী, শিক্ষক-কৰ্মচাৰী, বৰবৰী উন্নয়ন সমিতি, আছু, ব্যৱসায়ী সন্থা, যুৱ মঞ্চ আদিকে ধৰি বিভিন্ন অনুষ্ঠানে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। উল্লেখ্য যে, ১৯৯৭ চনত বৰবৰী হাইস্কুলৰ পৰা অৱসৰ গ্ৰহণ কৰা শিক্ষক গৰাকী জন্মস্থানটো বিভিন্ন সামাজিক কামত জড়িত থকাৰ লগতে অভিনয়ৰ দিশটো খোজ পেলাই ‘লক্ষ্য কুমাৰ’ নাটকত কৰা ৰামচন্দ্ৰৰ অভিনয়, ‘সামাজিক’ নাটকত ইন্সপেক্টৰ চৰিত্ৰত কৰা অনবদ্য অভিনয়ৰে দৰ্শকৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0