52
বঢ়মপুৰঃ নিজ প্ৰেমিকাৰ সৈতে শাৰীৰিক সম্পৰ্ক গঢ়াৰ দৃশ্য কেমেৰাত বন্দী কৰি ৰঙাঘৰৰ আলহী হ’ল প্ৰেমিক৷ কোনো গোপন ঠাইত প্ৰেমিকাৰ সৈতে সম্পৰ্ক গঢ়ি বন্ধুৰ হতুৱাই দৃশ্যসমূহ মোবাইলত ৰেকৰ্ড কৰিছিল লম্পট যুৱকজনে।
এনেদৰে উক্ত ভিডি’অৰে প্ৰেমিকাক ব্লেকমেইলৰ চেষ্টা কৰি অৱশেষত আৰক্ষীৰ জালত পৰিল নগাঁৱৰ শালনা আৰক্ষী চকীৰ অন্তৰ্গত সোণাজুৰিৰ ভাস্কৰ ভৌমিজ আৰু তেওঁৰ বন্ধু সুমন পাল৷