Home ৰাজ্যলকডাউনৰ মাজতে চিপছ আনিবলৈ গৈ পানীত পৰি দুই শিশুৰ কৰুণ মৃত্যু

লকডাউনৰ মাজতে চিপছ আনিবলৈ গৈ পানীত পৰি দুই শিশুৰ কৰুণ মৃত্যু

by News Desk
A+A-
Reset
e595ec45-0d6a-40df-afbd-75df82460287

তিনিচুকীয়াঃ কৰ’নাতংকৰ মাজতে তিনিচুকীয়াত এক মৰ্মান্তিক ঘটনা পোহৰলৈ আহিছে৷ কৰ’নাৰ ভয়াৱহতাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ দেশৰ লগতে ৰাজ্যত অব্যাহত থকা লকডাউনৰ সময়তে জিলাখনৰ সদৰ চহৰৰ সমীপতে কৰুণ মৃত্যুক সাবটি ল’লে দুটিকৈ শিশুৱে৷ জানিব পৰা মতে শুকুৰবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল শিশু দুটি৷

আবেলিৰ পৰত দুই শিশু ক্ৰমে সমীৰ উজীৰ(১২) আৰু সঞ্জয় উজীৰ(৮)য়ে চিপছ আনিবলৈ বুলি পথৰুৱা ৰাস্তাৰে ঘৰৰ পৰা কিছু দূৰৈত থকা এখন গেলামালৰ দোকানলৈ গৈছিল৷ বহু সময়লৈকে ঘৰলৈ ঘূৰি নহাত পিতৃ-মাতৃ ক্ৰমে কুলেশ উজীৰ আৰু বেউটি উজীৰে বিছাৰিবলৈ আৰম্ভ কৰে। সন্ধিয়া পৰলৈকে বিচাৰি নোপোৱাত অঞ্চলটোৰ ৰাইজৰ মাজতো হুৱাদুৱা লাগে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0