59
কাজলগাঁও/পূৱ-বৰপেটাঃ প্ৰতিদিনে হত্যা, হিংসা, ধৰ্ষণৰ ঘটনাই চিন্তিত কৰিছে সচেতন নাগৰিকক৷ জীৱ-জন্তুৱে একেখন জংঘলত থাকিব পাৰে কিন্তু মানুহবোৰ কিয় হিংস্ৰ হৈ পৰিছে৷ এতিয়া যেন মানুহ মানুহৰ ঘোৰ শত্ৰু৷
আপুনি নতুবা আপোনাৰ পৰিয়ালৰ কোনো আপোনজন ঘৰৰ পৰা ওলাই গ’লে ওভতি নহালৈ উদ্বিগ্নতাৰে পাৰ কৰিবলগীয়া হয় সময়৷ কিয়নো হাবি, জংগল, নৈ, পথত এতিয়া প্ৰতিনিয়ত উদ্ধাৰ হয় মৃতদেহ৷