133
চিচিবৰগাঁওঃ পুকীয়া-চিলাপথাৰ সংযোগী পথত কালি দিন দুপৰতে সংঘটিত হোৱা ৰহস্যজনক ডকাইতি কাণ্ডত জড়িত দুই ডকাইতক ইতিমধ্যে চিলাপথাৰ আৰক্ষীয়ে চিচিবৰগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত ৩নং বেতনীপাম অঞ্চলৰ পথত ৪ লাখ টকাসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
লগতে আৰক্ষীয়ে আটক কৰিছে গাড়ীখনত থকা ৩ জন ব্যক্তিৰ উপৰিও চিচ প্ৰচিগিউৰ নামৰ সংস্থাটোৰ আন ৩ গৰাকী কৰ্মচাৰীসহ মুঠ ৬ জনক।