116
চাবুৱাঃ জাতি-মাটিৰ বাবে নহয় ধন ঘটিবলৈহে একাংশই আৱেগ জাতি-মাটিৰ আৱেগক মূলধন কৰি জন্ম দিয়ে ন-ন সংগঠনৰ। ইয়াকে প্ৰমাণিত কৰি দাবী কৰা ধন আনিবলৈ গৈ ধৰা পৰিল দুটাকৈ সংগঠনৰ দুই নেতা।
সংগঠনক ধন ঘটা কামত ব্যৱহাৰ কৰি আৰক্ষীৰ জালত পৰা এই দুই যুৱ-ছাত্ৰ নেতা হৈছে মাধুৰ্য গগৈ আৰু দিব্যজ্যোতি গগৈ। ইয়াৰে মাধুৰ্য গগৈ হৈছে সদৌ অসম মটক যুৱ-ছাত্ৰ সন্থা নামৰ সংগঠন এটাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি।