53
বিশ্বনাথ চাৰিআলিঃ বিশ্বনাথৰ কাজিৰঙাৰ নডাৰ্ণ ৰেঞ্জৰ বন কৰ্মীয়ে আজি অভিযান চলাই দুজন দুধৰ্ষ চোৰাং চিকাৰীক আটক কৰে।
বিশ্বনাথৰ মৰল গাঁৱৰ জাপৰিগুৰিৰ পৰা দুধৰ্ষ চোৰাং চিকাৰী দুজনক কৰায়ত্ত কৰে বন বিভাগৰ দলটোৱে। ধৃত চিকাৰী দুজন হৈছে ক্ৰমে নুৰ হুছেইন আৰু মতিবুৰ ৰহমান।