60
নতুন দিল্লীঃ জম্মু-কাশ্মীৰৰ পুলৱামা আক্ৰমণে ৰাজ্যখনত দপদপাই থকা সন্ত্ৰাসবাদীৰ শক্তিৰ উমান দিলে। জেহাদি যে অকল জম্মু-কাশ্মীৰতেই খোপনি পুতি আছে এনে নহয়। দেশৰ আন আন ৰাজ্যতো ইয়াৰ হাতোৰা মেলিছে।
ইয়াৰে প্ৰমাণ পোৱা গ’ল উত্তৰ প্ৰদেশৰ আটক কৰা দুই সন্ত্ৰাসবাদীৰ ভাষ্যত। ধৃত সন্ত্ৰাসবাদী দুটা ক্ৰমে শ্বাহনাৱাজ টেলি আৰু আব্দুল আকিব মালিক।