Home ৰাজ্যমৰাণৰ অপহৃত ব্যৱসায়ী তুলসী প্ৰসাদ বেৰীয়াক কাৰ্বি আংলঙত উদ্ধাৰ

মৰাণৰ অপহৃত ব্যৱসায়ী তুলসী প্ৰসাদ বেৰীয়াক কাৰ্বি আংলঙত উদ্ধাৰ

by News Desk
A+A-
Reset
6a7e5773-94c2-4969-ac1f-b0b60555847c

newsnextone.com | বোকাজানঃ ডিমাপুৰৰ দুৰ্বৃত্তই অপহৰণ কৰিছিল মৰাণৰ ব্যৱসায়ী তুলসী প্ৰসাদ বেৰীয়াক৷ এই কথা পোহৰলৈ আহে ব্যৱসায়ী গৰাকীক উদ্ধাৰৰ পিছতে৷ কাৰ্বি আংলংৰ বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত চিলনীজানত লোকগৰাকীক এৰি দুৰ্বৃত্তই পলায়ন কৰে বৃহস্পতিবাৰে।

উল্লেখ্য যে, মৰাণৰ নিবাসী তথা ব্যৱসায়ী তুলসী প্ৰসাদ বেৰীয়াই বৃহস্পতিবাৰে পুৱা ৫ বজাত মৰাণ নগৰৰ বাসগৃহৰ পৰা চকলীয়াস্থিত নিজ পুৰণি গৃহলৈ আহি থাকোতেই মাজবাততে এখ স্ক’ৰপিঅ’ত অহা চাৰিজনীয়া অস্ত্ৰধাৰী দলে তেওঁ আহি থকা বাহনখন ৰখাই বেৰীয়াক অপহৰণ কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0