Home ৰাজ্যহাবি জংঘলৰে ভৰিব ধৰিছে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ

হাবি জংঘলৰে ভৰিব ধৰিছে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ

by News Desk
56 views
A+A-
Reset

newsnextone.com| ওদালগুৰিঃ ওদালগুৰি জিলাৰ মাজেৰে পাৰ হোৱা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতি সমূহত হাবি জংঘল সমূহ চাফা নকৰাৰ ফলত ব্যাপক সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে পথচাৰী সকল। ৰাষ্ট্ৰীয় ঘাইপথটিত নিতৌ সহস্ৰাধিক যানবাহনৰ চলাচল হোৱাৰ ফলত পথচাৰী সকলে বিপদসংকুল ভাবে চাইকেল, ৰিক্সা আদিৰ সৈতে পথৰ মাজেৰে অহা যোৱা কৰিব লগীয়া হৈছে৷

ফলত বহু কেইটা দুৰ্ঘটনা সংঘটিত হৈ বহু লোক আহত হব লগা হৈছে। ওৰাঙৰ সচেতন মহলে বিভাগীয় বিষয়া কৰ্মচাৰী সকলক ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে থকা হাবি বন সমূহ পৰিস্কাৰ কৰিবলৈ আহ্বান জনায়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0