Home ৰাজ্যওদালগুৰিত ৩০ অক্টোবৰৰ বোমা বিস্ফোৰণত নিহতক শ্ৰদ্ধাঞ্জলি

ওদালগুৰিত ৩০ অক্টোবৰৰ বোমা বিস্ফোৰণত নিহতক শ্ৰদ্ধাঞ্জলি

by News Desk
58 views
A+A-
Reset

ওদালগুৰিঃ ২০০৮ চনৰ ৩০ অক্টোবৰৰ দিনটোত ৰাজ্যৰ বিভিন্ন ঠাইত সংঘটিত বোমা বিস্ফোৰণত নিহত লোকক সকলক বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি যাচে ওদালগুৰি জিলাৰ দল-সংগঠনে৷ অসমীয়া যুৱ মঞ্চৰ ওদালগুৰি দিলা সমিতি, ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ সন্থা, ওদালহুৰি আঞ্চলিক যুৱ ছাত্ৰ পৰিষদে সুকীয়া সুকীয়াকৈ চহৰৰ বিভিন্ন ঠাইত বন্তি প্ৰজ্বলন কৰি বিস্ফোৰণত প্ৰাণ হেৰুওৱা লোকসকলৰ আত্মাৰ সদগতি কামনা কৰি শ্ৰদ্ধাঞ্জলি যাচে৷

বোমা বিস্ফোৰণত মুঠ ৫২গৰাকী লোকৰ মৃত্যু হৈছিল৷ ঘটনাৰ ৮ বছৰ উকলি যোৱাৰ পিছটো কোনো এখন চৰকাৰে ঘটনাৰ লগত জড়িত লােকক শাস্তি প্ৰদান কৰিব নোৱাৰিলে। বাৰে বাৰে নিহত লোকসকলৰ পৰিয়ালে ঘটনাৰ সৈতে জড়িত লোকক শাস্তি দিয়াৰ বাবে দাবী জনাই আহিছে যদিওঁ অসম চৰকাৰে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰে সংগঠনকেইটাই৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0