Home ৰাজ্যসভাপতি ৰঞ্জিত দাসক অপ্যায়নৰ বাবে লাগে লাখ লাখ টকা, বিজেপিৰ যুৱ-মৰ্চাৰ নেতাৰ ধনদাবী

সভাপতি ৰঞ্জিত দাসক অপ্যায়নৰ বাবে লাগে লাখ লাখ টকা, বিজেপিৰ যুৱ-মৰ্চাৰ নেতাৰ ধনদাবী

by News Desk
61 views
A+A-
Reset

newsnextone.com | ওদালগুৰিঃ দেশ তথা ৰাজ্যৰ পৰা দুৰ্নীতি নোহোৱা কৰা আৰু শূন্য সহনশীলতাৰ কথা কৈ বিজেপিয়ে দেশ আৰু অসমৰ শাসন ভাৰ দখল কৰিবলৈ সক্ষম হয়৷ কিন্তু নিৰ্বাচনৰ পূৰ্বে বৰ বৰ কথা তোৱা বিজেপি দলৰ নেতা-কৰ্মীয়ে দলৰ আদৰ্শ পাহৰি গ’ল নেকি৷ এই প্ৰশ্ন উত্থাপন হৈছে ওদালগুৰি জিলাত৷ ওদালগুৰি জিলাত এগৰাকী বিজেপি নেতাই মাবোইলেৰে বহু লোকক ধনদাবী কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ সেয়াও ধনদাবী কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ওদালগুৰি ভ্ৰমণৰ সময়ত হ’বলগীয়া খৰছৰ বাবে৷ 

বিটিচি অঞ্চলত বিজেপি দলে নিজৰ সাংগঠনিক দিশ শক্তিশালী কৰাৰ বাবে নিতৌ চেষ্টা অব্যাহত ৰখাৰ সময়ত এই কথা পোহৰলৈ অহাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ বিজেপিৰ যুৱ নেতা তথা বিজেপি যুৱ মৰ্চা মাজবাট মণ্ডলৰ সভাপতি কিশোৰ শৰ্মাৰ বিৰুদ্ধে বহু লোকক ধন দাবী কৰাৰ অভিযোগ উত্থাপন হৈছে৷ যাৰ ফলত ওদালগুৰি বিজেপিৰ ভিতৰচৰাত তীব্ৰ জোকাৰণিৰ সৃষ্টি হৈছে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0