63
ওদালগুৰিঃ ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটোত আনন্দ উলাহৰ মাজতে ওদালগুৰি চহৰৰ সমীপত ভয়াবহ অগ্নিকাণ্ড সংঘটিত হৈ দৰিদ্ৰ শ্ৰমিকৰ ১০টাকৈ বাসগৃহ জাহ যায়৷ নৱবৰ্ষৰ পহিলা দিনটোত ওদালগুৰি জিলাৰ হাতীগড় চাহ বাগিচাত সংঘটিত হয় অগ্নিকাণ্ড৷
অগ্নিকাণ্ডৰ ফলত চাহ বাগিচাখনৰ শ্ৰমিকৰ ১০টাকৈ আৱাসগৃহ সম্পূৰ্ণকৈ জাহ যোৱাৰ ফলত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় দৰিদ্ৰ পৰিয়াল কেইটাৰ।