74
অঞ্জনজ্যোতি শৰ্মা, ওদালগুৰিঃ বহু জল্পনা কল্পনাৰ অন্তত দেশৰ সপ্তদশ লোকসভা নিৰ্বাচনৰ ভোটগণনা আজি সম্পন্ন হৈ গ’ল।
অসমৰো ৫১ টা ভোটগণনা কেন্দ্ৰত একে সময়তে ভোটগণনা কাৰ্য সম্পন্ন হয়। এই ভোটগণনাৰ জৰিয়তে ৰাজ্যৰ ১৪৫ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ল।