64
ডিমাকুছিঃ আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ৰণকৌশল আৰম্ভ কৰিছে কংগ্ৰেছ দলে৷ ইতিমধ্যে কংগ্ৰেছ সভাপতি ৰিপুন বৰাই এক নিৰ্দেশ যোগে ওদালগুৰি জিলাৰ কলাইগাঁও, পানেৰি, মাজবাট আৰু ওদালগুৰিত প্ৰভাৰী নিযুক্তি দিয়ে৷
