Home ৰাজ্যলালপুল এছ এছ বি কেম্পত শ্বহীদ নিৰজ ছেত্ৰীৰ নশ্বৰদেহ

লালপুল এছ এছ বি কেম্পত শ্বহীদ নিৰজ ছেত্ৰীৰ নশ্বৰদেহ

by News Desk
A+A-
Reset
Screenshot (585)-crop

ওদালগুৰিঃ ঝাৰখণ্ডৰ মাওবাদী আক্ৰমণত শ্বহীদ হোৱা এছএছবি জোৱান নিৰজ ছেত্ৰীৰ নশ্বৰদেহ সোমবাৰে উপস্থিত হয় গৃহৰাজ্য অসমত। প্ৰথমে নশ্বৰদেহ গুৱাহাটীলৈ অনাৰ পাছত পুষ্পসজ্জিত বাহনেৰে পোনে পোনে শ্বহীদগৰাকীৰ নিথৰ দেহ আপোনগৃহ গহপুৰলৈ লৈ যায় এছ‌এছবিৰ এক দল। 

গহপুৰ যোৱাৰ পথত লালপুলস্থিত ২৩ নম্বৰ বেটেলিয়ান এছ‌এছবি কেম্পত শ্বহীদগৰাকীৰ নশ্বৰ দেহক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। ঝাৰখণ্ডস্থিত এছ‌এছবিৰ ৩৫ নম্বৰ বেটেলিয়নত কৰ্মৰত আছিল শ্বহীদ নিৰজ ছেত্ৰী। দেওবাৰে মাওবাদীৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ আক্ৰমণত নিহত হৈছিল নিৰজ। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0