55
অঞ্জনজ্যোতি শৰ্মা, ওদালগুৰিঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সমান্তৰালকৈ উচ্চতৰ মাধ্যমিকতো আশানুৰূপ ফলাফলৰপৰা বঞ্চিত হয় ওদালগুৰি জিলা।
আজি ঘোষিত ফলাফল অনুসৰি জিলাখনত উত্তীৰ্ণৰ হাৰ কলা শাখাত ৬২.০১ শতাংশ, বাণিজ্য শাখাত ৮৭.১৫ শতাংশ আৰু বিজ্ঞান শাখাত ৭৯.৫৫ শতাংশ।