Home ৰাজ্যওদালগুৰিত প্ৰৱজন বিৰোধী ঐক্য মঞ্চৰ গণ স্বাক্ষৰ সংগ্ৰহ, প্ৰেৰণ কৰিব প্ৰধানমন্ত্ৰীক

ওদালগুৰিত প্ৰৱজন বিৰোধী ঐক্য মঞ্চৰ গণ স্বাক্ষৰ সংগ্ৰহ, প্ৰেৰণ কৰিব প্ৰধানমন্ত্ৰীক

by News Desk
56 views
A+A-
Reset

newsnextone.com | ওদালগুৰিঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত আছে৷ বাংলাদেশৰ হিন্দু শৰণাৰ্থীক অসমত সংস্থাপনৰ তীব্ৰ বিৰোধিতা কৰিছে অসমৰ দল-সংগঠন, সাহিত্যিক, বুদ্ধিজীৱী, সাংবাদিক জ্যেষ্ঠ নাগৰিক, গায়ক অভিনেতা-অভিনেত্ৰীয়ে৷ ভাৰত চৰকাৰে অবৈধ হিন্দু বাংলাদেশীক অসমত সংস্থাপন কৰিব বিচৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰি শনিবাৰে ওদালগুৰিত গণ স্বাক্ষৰ সংগ্ৰহ কৰে প্ৰৱজন বিৰোধী ঐক্য মঞ্চই৷

নাগৰিকত্ব আইন সংশোধনী বিধেয়ক বাতিল কৰাৰ লগতে খিলঞ্জীয়াৰ ভূমি অধিকাৰ নিশ্চিত কৰাৰ দাবী জনায় প্ৰৱজন বিৰোধী ঐক্য মঞ্চৰ ওদালগুৰি সমিতিয়ে৷ সংগঠনটোৱে শনিবাৰৰ পৰা গণ স্বাক্ষৰ অভিযান আৰম্ভ কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবী জনায়৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু অসমীয়া যুৱ মঞ্চই সহযোগ কৰে গণ স্বাক্ষৰ অভিযানত। স্বাক্ষৰ সমূহ উপায়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰিব৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0