Home ৰাজ্যকেনেদৰে ছহিদ হৈছিল ওদালগুৰিৰ বিশ্বজিৎ?

কেনেদৰে ছহিদ হৈছিল ওদালগুৰিৰ বিশ্বজিৎ?

by News Desk
A+A-
Reset
2f2a0a8a-fafd-4677-a38d-cf6f3d60c00c-crop

ওদালগুৰিঃ পহিলা ব’হাগৰ পুৱাই ওদালগুৰিৱাসীৰ বাবে আহিল এক দু:খবৰ। পুনৰ বহি:ৰাজ্যত শ্বহীদ হ’ল অসমৰ ওদালগুৰি জিলাৰ এগৰাকী বীৰ-সন্তান। ঝাৰখণ্ডত চিআৰপিএফ জোৱান হিচাপে কৰ্মৰত অৱস্থাত থকা ওদালগুৰি জিলাৰ কলাইগাঁও আৰক্ষী থানাৰ অন্তৰ্গত পুঠিমাৰী গাঁওৰ কমল চৌহানৰ জেষ্ঠ্য পুত্ৰ বিশ্বজিৎ চৌহানে(২৪) সোমবাৰে ৰাতিপুৱা প্ৰায় ৬ বজাত মাওবাদীৰ হাতত শ্বহীদ হ’বলগীয়া হয়। 

ঝাৰখণ্ডৰ ৰাচীৰপৰা প্ৰায় ১৮৫ কিল’মিটাৰ নিলগৰ গিৰিদিহ জিলাৰ ভেলভা ঘাট বনাঞ্চলত সোমবাৰে পুৱতি নিশা মাওবাদীৰ বিৰুদ্ধে চিআৰপিএফৰ সপ্তম বেটেলিয়নে চলাইছিল এক অভিযান। পুৱতি নিশা চিআৰপিএফৰ জোৱানে ঘন অৰণ্যৰ মাজত থকা মাওবাদীৰ শিৱিৰত এই অভিযান চলাইছিল। উক্ত অভিযানৰ সময়ছোৱাত দুয়োপক্ষৰ মাজত চলিছিল প্ৰচণ্ড গুলিয়াগুলী। অভিযানৰ অন্তত তিনিগৰাকী মাওবাদী নিহত হোৱাৰ বিপৰীতে ছহিদ হৈছিল বিশ্বজিৎ চৌহান(২৪) নামৰ এজন জোৱান। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0