53
ৰঙিয়াঃ ৰঙিয়াত প্ৰধান মন্ত্ৰী উজ্জলা যোজনাৰ ৰন্ধন গেছৰ সংযোগ মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ ৰমেন ডেকা আৰু ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাৰ উপস্থিতিত বিতৰণ কৰা হয়৷
বিধায়ক ভৱেশ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত এখন সভাত ৰঙিয়া সমষ্টিৰ উজ্জলা যোজনাৰ ৰন্ধন গেছৰ সংযোগ বিতৰণ কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ ৰমেন ডেকাই।