58
তেজপুৰঃ প্ৰাক্তন আলফা ঐক্য মঞ্চৰ এখন জৰুৰি কাৰ্যনিৰ্বাহক সভা মঙলবাৰে তেজপুৰৰ বান থিয়েটাৰত অনুষ্ঠিত হয়।
ঐক্য মঞ্চৰ সভাপতি কল্পজ্যোতি নেওগৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত মুখ্য উপদেষ্টা অনুপ চেতিয়া, শীৰ্ষনেতা সুনিল নাথ, মুনিন নৱিজ, লিলা শইকীয়াৰ লগতে লুহিত দেউৰি আদি উপস্থিত থাকে৷