50
ফিল’বাৰীঃ অৰুণাচলৰ নামচাই জিলাৰ চৌখামৰ সমীপৰ টেৰেং নদীৰ পাৰত আলফা স্বাধীনৰ এগৰাকী কেডাৰৰ মৃতদেহ উদ্ধাৰৰ ঘটনাই অঞ্চলটোত এৗক ৰহস্যৰ সৃষ্টি কৰিছে৷
মৃত কেডাৰ জন ফিল’বাৰীৰ পিঠাগুটি গাঁৱৰ মাইনা মৰাণ ওৰফে প্ৰাৰ্থ প্ৰতীম ওৰফে ময়ূৰ অসমৰ বুলি চিনাক্ত হৈছে।