Home ৰাজ্যদুৰ্গা পূজাৰ বাবে টকা লাগে আলফাক

দুৰ্গা পূজাৰ বাবে টকা লাগে আলফাক

by News Desk
78 views
A+A-
Reset

গুৱাহাটীঃ আলফাৰ কামি হাড় ভঙা বুলি প্ৰচাৰ হৈ অহাৰ সময়তে চাহ বাগিছাৰ কৰ্মচাৰীক আলফাই অপৰহণ কৰাত ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে৷ তিনিচুকীয়া জিলাৰ বৰডুমচা থানাৰ অন্তৰ্গত অসম অৰুণাচল সীমান্তৱৰ্তী দিহিঙীয়া চাহ বাগিচাৰ কৰ্মচাৰী শৈল দহোতীয়াক (৩৫) সন্দেহযুক্ত আলফা স্বাধীনৰ এটি ৬জনীয়া দলে যোৱা বৃহস্পতিবাৰে  অপহৰণ কৰি নিয়া কাৰ্যই সমগ্ৰ অঞ্চলটোত চাঞ্চল্য সৃষ্টি কৰাৰ লগতে শাৰদীয় দুৰ্গোৎসৱৰ আনন্দৰ পৰিৱেশ ম্লানপৰা দেখা যায়৷

জানিব পৰা মতে, লম্বিত ফুকন মালিকানাধীন দিহিঙীয়া চাহ বাগিছাৰ আলফা স্বাধীনৰ পেডত যোৱা এমাহ পূৰ্বে প্ৰায় ২০ লাখ টকাৰ ধন দাবী পত্ৰ লাভ কৰে৷ বাগিচাৰ কৰ্তৃপক্ষই ধনদাবী কৰা কাৰ্যক গুৰুত্বসহকাৰে নোলোৱাৰ পৰিপ্ৰেক্ষিতত ৰূপম অসমৰ নেতৃত্বত ছয়জনীয়া দলে বাগিছাৰ পৰিচালক সমেন বৰদলৈক অপহৰণ কৰাৰ যোজা চলাই৷ কিন্তু পৰিচালক সমেনক বয়সৰ প্ৰতি লক্ষ্য ৰাখি তেওঁৰ পৰিৱৰ্তে বাগিচাৰে কৰ্মচাৰী শৈল দহোতীয়াক অপহৰণ কৰে বুলি জানিব পৰা গৈছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0