Home ৰাজ্যডিমৌ বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ আলফা স্বাধীনৰ

ডিমৌ বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ আলফা স্বাধীনৰ

by News Desk
A+A-
Reset
download

গুৱাহাটীঃ বৃহস্পতিবাৰে বিয়লি শিৱসাগৰ জিলাৰ ডিমৌত সংঘটিত বোমা বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছে নিষিদ্ধ ঘোষিত সংগঠন আলফা স্বাধীনে৷ 

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা ই-মেলত সংগঠনটোৱে ডিমৌৰ নিতাইপুখুৰীৰ হনুমান হাৰ্ডৱেৰ নামৰ দোকানখনৰ ভিতৰত সংঘটিত বিস্ফোৰণটোৰ দায়িত্ব স্বীকাৰ কৰি বিস্ফোৰণত নিহত সকলৰ বাবে দুখ প্ৰকাশ কৰে৷ একেটা ই-মেইলতে সংগঠনটোৱে কিছুদিন পূৰ্বে ধলাত পাঁচজনকৈ ভাষিক সংখ্যালঘূ হত্যা কৰা ঘটনাৰ সৈতে আলফা স্বাধীন জড়িত নাই বুলি পুনৰবাৰ স্পষ্ট কৰি দিয়ে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0