62
গুৱাহাটীঃ চৌদিশে ক্ষোভ। বাৰে বাৰে প্ৰতাৰিত অসমীয়া আকৌ প্ৰতাৰিত হ’বলৈ ওলাইছে। কেন্দ্ৰৰ বি জে পি চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰি ৰাজনৈতিক মুনফা আদায় কৰিবলৈ বদ্ধ পৰিকৰ হৈছে।
মোডী ঢৌ শৃংগত থকাৰ সময়তো চুবুৰীয়া পশ্চিমবংগত বি জে পিয়ে ৰাজ্যখনত নিজৰ স্থিতি মজবুত কৰিব নোৱাৰি এতিয়া আগন্তুক লোকসভা নিৰ্বাচনত বাঙালীৰ মন জয় কৰাৰ কৌশলেৰে গেৰুৱা দলটোৱে এতিয়া শেষ অস্ত্ৰ হিচাৰে নাগৰিকত্ব সংশোধনী বিধেয়ককে বাছি লৈছে।