Home ৰাজ্যশিলিগুৰিত ইউ এন ব্ৰহ্ম সাংস্কৃতিক প্ৰকল্পৰ আধাৰশিলা স্থাপন হাগ্ৰামাৰ

শিলিগুৰিত ইউ এন ব্ৰহ্ম সাংস্কৃতিক প্ৰকল্পৰ আধাৰশিলা স্থাপন হাগ্ৰামাৰ

by News Desk
65 views
A+A-
Reset

কোকৰাঝাৰঃ বিটিচি চুক্তিৰ পৰ্যালোচনা সভাখন অহা ৫অক্টোবৰত নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু বিটিচি প্ৰশাসনৰ মাজত অনুষ্ঠিত হ’ব ৷ আজি পশ্চিম বংগৰ শিলিগুৰি চালুগোড়াত  ইউ এন ব্ৰহ্ম সোঁৱৰণী সাংস্কৃতিক কেন্দ্ৰ আৰু কৰ্মচাৰী আৱাসৰ আধাৰশিলা স্থাপন কৰি উক্ত মন্তব্য প্ৰকাশ কৰিছে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৷ তেওঁ ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ বৰ্তমান অনুকুল বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰে।

উল্লেখ্য যে, বিটিচি পুঁজিৰ পৰা সৰ্বমুঠ চাৰি কোটি ৫২ লাখ টকা ব্যায় সাপেক্ষে শিলিগুৰি চালুগোড়াত নিৰ্মিত হ’ব লগা  ইউ এন ব্ৰহ্ম সোঁৱৰণী সাংস্কৃতিক কেন্দ্ৰ আৰু কৰ্মচাৰী আৱাসৰ পাঁচ মহলীয়া বিল্ডিংৰ আধাৰশিলা স্থাপন কৰাৰ অন্তত সাংবাদিকৰ আগত অহা ৫ অক্টোবৰত নতুন দিল্লীত অনুষ্ঠিত হ’ব লগা ত্ৰিপাক্ষিক বৈঠকৰ বিষয়ে সদৰী কৰে মহিলাৰীয়ে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0