Home ৰাজ্যসোনোৱাল চৰকাৰৰ দিনত ৰাজ্যত বৃদ্ধি পাইছে নিবনুৱা সংখ্যা

সোনোৱাল চৰকাৰৰ দিনত ৰাজ্যত বৃদ্ধি পাইছে নিবনুৱা সংখ্যা

by News Desk
A+A-
Reset
unp

গুৱাহাটীঃ নিবনুৱা সংস্থাপনৰ প্ৰতিশ্ৰুতিৰে দিছ্পুৰৰ ক্ষমতা গাদী দখল কৰাৰ সোনোৱাল চৰকাৰৰ তিনিটা বছৰ অতিক্ৰম কৰিলে।পাঁচ বছৰীয়া কাৰ্যকালৰ তিনিটা বছৰত চৰকাৰ খনে নিৰ্বাচন সময়ত দিয়া ২৫ লাখ নিবনুৱা সংস্থাপনৰ প্ৰতিশ্ৰুতি কিমানদূৰ বাস্তৱায়িত কৰিব পাৰিছে ? 

যোৱা তিনিটা বছৰত চৰকাৰখনে কিমান নিৱনুৱাক সংস্থাপন দিলে? সচাকৈ বাৰু পাঁচটা বছৰত সোনোৱাল চৰকাৰখনে ২৫লাখ নিবনুৱাক সংস্থাপন দিব পাৰিবনে?এনেধৰণৰ প্ৰশ্নই ৰাজ্যবাসীৰ মনত প্ৰতিমূহুততে ক্ৰিয়াৰ কৰি থকাৰ সময়তে নিয়োগ বিনিময় কেন্দ্ৰত চাকৰি প্ৰত্যাশীৰ নিবনুৱাৰ পঞ্জিয়নৰ হিচাপে এতিয়া সকলোকে আচম্বিত কৰি তুলিছে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0