Home দেশশোচনীয় নৱজাতকৰ মৃত্যুৰ হাৰ, ভাৰতত ৩৯ টি নৱজাতকৰ ভিতৰত এজনৰ হয় মৃত্যু

শোচনীয় নৱজাতকৰ মৃত্যুৰ হাৰ, ভাৰতত ৩৯ টি নৱজাতকৰ ভিতৰত এজনৰ হয় মৃত্যু

by News Desk
57 views
A+A-
Reset

ডিজিটেল ডেস্কঃ ইউনিচেফে শেহতীয়াকৈ প্ৰকাশ কৰা নৱজাতকৰ মৃত্যুৰ হাৰ সংক্ৰান্ত তালিকাত ভাৰত আছে ৩১তম স্থানত৷ ভাৰতত প্ৰতি ১০০০ নৱজাতকৰ ভিতৰত ২৫.৪ গৰাকীৰ মৃত্যু হয়৷ এই তালিকাত প্ৰথম স্থানত আছে পাকিস্তান৷ চুবুৰীয়া ৰাষ্ট্ৰখনত প্ৰতি এহাজাৰটা নৱজাতকৰ ৪৫.৬ জনেই জন্মৰ এমাহৰ ভিতৰতে পৃথিৱীৰ পৰা বিদায় ল’বলগীয়া হয়৷ উল্লেখ্য যে জাপানত নৱজাতকৰ মৃত্যুৰ হাৰতকৈ পাকিস্তানৰ হাৰ ৫৫ গুণ বেছি৷ 

প্ৰতিবেদনখনত প্ৰকাশ পোৱামতে পৃথিৱীত প্ৰতি বছৰে নৱজাতকৰ জন্মৰ প্ৰথম মাহটোতে প্ৰায় ২.৬ মিলিয়ন নৱজাতকৰ মৃত্যু হয়। কিছুমান দেশত নৱজাতকৰ আৰু শোকাৱহ মৃত্যু ঘটা দেখা যায়। ২০১৬ চনৰ তথ্য অনুসৰি ইউনিচেফে মুকলি কৰা তথ্যমতে নৱজাতকৰ সৰ্বোচ্চ মৃত্যু ঘটা পাকিস্তানত জন্মৰ এমাহ সম্পূৰ্ণ নৌহওঁতেই ২২ টা নৱজাতকৰ ভিতৰত এজনৰ মৃত্যু ঘটে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0